Assamese Language Skills Questions for Assam Secretariat Exam

0
431
Assamese Language Skills Questions
  1. শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল ? – বদৰিকাশ্ৰমত
  2. প্ৰথমবাৰ তীৰ্থভ্ৰমনণত শংকৰদেৱে কিমান সময় খৰচ কৰিছিল ? – প্ৰায় ১২ বছৰ
  3. শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল – উত্তৰাকাণ্ড
  4. শংকৰদেৱৰ গুণমালা’ত থকা পদৰ সংখ্যা – ৩৭৭ টা
  5. শংকৰদেৱৰ গুণমালাখন ৰচিত – ৬ আখৰীয়া ছন্দত
  6. শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠখন হ’ল – দশম
  7. শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল ? – ৪৯ টা
  8. শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কোৱা হয় – আদি দশম
  9. শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ কাব্যৰ মূল হ’ল – হৰিবংশ আৰু ভাগবত
  10. মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা হ’ল – নামঘোষা
  11. নামঘোষাৰ বেছিভাগ শ্লোক – বিভিন্ন পুৰানৰ
  12. শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কৃতিস্তম্ভ কোনখন ? – কীৰ্তন
  13. কোন বংশত শংকৰদেৱৰ জন্ম হৈছিল ? – বাৰভূঞা
  14. মাধৱদেৱৰ জন্ম হৈছিল ? – নাৰায়ণপুৰ
  15. বৰপেটা সত্ৰ স্থাপন কৰিছিল – মাধৱদেৱে
  16. মাধৱদেৱে অনুবাদ কৰিছিল ৰামায়ণৰ – আদিকাণ্ড
  17. মাধবদেৱ ৰাজসূয় কাব্য কাৰ অনুৰোধত লিখিছিল ? – অনন্ত কন্দলি
  18. কাৰ নিৰ্দেশত মাধবদেৱ আদিকাণ্ড ৰচনা কৰিছিল ? – শংকৰদেৱ
  19. শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগতে মাধবদেৱ কি পন্থাৰ লোক আছিল ? – বৌদ্ধ
  20. মাধবদেৱৰ বৰগীতত কেইটা ৰাগ পোৱা যায় – ২৯
  21. ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন পৰম গুৰু’ ভটিমাটিৰ ৰচক কোন – মাধবদেৱ
  22. মাধবদেৱৰ পিতৃৰ নাম হ’ল – গোবিন্দগিৰি
  23. চন্দ্ৰভাৰতী নামে কোনজন কবি প্ৰখ্যাত – ভট্টদেৱ
  24. মহাভাৰতৰকবি’ বুলি জনাজাত ? – ৰামসৰস্বতী
  25. পুৰণি অসমীয়া সাহিত্যত আটাইতকৈ বেছি পদ ৰচনা কৰা কবিজন হ’ল – ৰামসৰস্বতী
  26. বধকাব্যৰ ৰচক কোন – ৰামসৰস্বতী
  27. বধকাব্যক ‘ৰূপক কাব্য’ আখ্যা দিছিল – বাণীকান্ত কাকতিয়ে
  28. ৰামসৰস্বতীৰ আটাইতকৈ জনপ্ৰিয় পুথিখন হ’ল – ভীমচৰিত
  29. মুকুন্দকিংকৰ বুলি কাক কোৱা হয় – ৰামসৰস্বতী
  30. ৰাম সৰস্বতী কোন শতিকাৰ কবি – ষোড়শ
  31. ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল – ১৫৫৮
  32. অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন – ভট্টদেৱ
  33. শৰণ-সংগ্ৰহ পুথিখনৰ ৰচক – ভট্টদেৱ
  34. কথা-গীতাৰ ৰচক – ভট্টদেৱ
  35. ভট্টদেৱৰ মৃত্যুৰ চন – ১৬৩৮ চনত
  36. কেহোকলি সন্নিৱিষ্ট মুঠ চুটিগল্প সংখ্যা – ১৪ টা
  37. লক্ষ্মীনাথ বেজবৰুৱা এক মাত্ৰ কবিতা পুথি খন হ’ল – কদম কলি
  38. লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিবেশন ৰ সভাপতি আছিল – সপ্তম
  39. ড° ভবেন্দ্ৰনাথ নাথ শইকীয়াই কিমান চনত ‘শ্ৰীমন্তশংকৰদেৱ’ বটা লাভ কৰিছিল – ১৯৯৮
  40. ‘সফুৰা’ নামৰ শিশু আলোচনী খনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল – ড° ভবেন্দ্ৰনাথ নাথ শইকীয়াই  
  41. চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বটা লাভ কৰিছে – অঘৰী আত্মাৰ কাহিনী
  42. জোনাকী যুগৰ ত্ৰিমূৰ্তি হ’ল – চন্দ্ৰকুমাৰ-লক্ষ্মীনাথ-হেমচন্দ্ৰ
  43. ‘তুমি’ কাব্যখনৰ স্ৰষ্টা কোন – অম্বিকাগিৰীৰায়চৌধুৰী
  44. ‘The Ancient Songs’ নামৰ কাব্য সংকলনটি কোনগৰাকী অসমীয়া কবিৰ কবিতাৰ ইংৰাজী কাব্যৰূপ – হীৰেনভট্টাচাৰ্য
  45. সত্যপ্ৰসাদবৰুৱাই শ্বেইক্সপীয়েৰৰ কোনখন নাটকৰ অসমীয়া ভাঙনি কৰিছে – অ’থেলো
  46. ৰাস্না বৰূৱা ছদ্মনামেৰে বিৰিঞ্ছি কুমাৰ বৰুৱাই লিখা উপন্যাসখন হ’ল – সেউজী পাতৰ কাহিনী
  47. নিমাতী কইনা কাৰ নাটক – জ্যোতিপ্ৰসাদআগৰৱালা
  48. ভবেন্দ্ৰনাথ শইকীয়া স্ৰেষ্ট চলচিত্ৰৰ বটা পোৱা চলচিত্ৰ কোনখন – অঘ্নিস্নান
  49. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ‘দেৱ’ উপাধি কোনে দিছিল – মহেন্দ্ৰ কন্দলী
  50. প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি – ৰাম নৱমী
  51. কোনখন শিশু গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভাবৰদলৈয়েশিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বটা লাভ কৰে – চিলচিলচিলাবাগিবিলমিলা
  52. ড° ভবেন্দ্ৰনাথশইকীয়াৰ আত্মজীৱনীৰ নাম হ’ল – জীৱনবৃত্ত

Assamese Language Skills Questions Videos

LEAVE A REPLY

Please enter your comment!
Please enter your name here