Important Assamese Questions (Language Skills)

0
548

Important Assamese Questions

Important Assamese Questions for Irrigation Junior Assistant Examination Assam

As the upcoming Assam Irrigation Department Junior Assitant exam has Language Skill Question on (Assamese/Bengali/Bodo/Alternative English), we are providing some Important Assamese Questions for the upcoming Junior Assistant Examination, which will be held on this month. All the questions were previously asked in Guwahati High Court LDA examination.

নিম্নলিখিত শব্দসমুহৰ বিপৰীতাৰ্থক শব্দ বাছি লিখক :-

  1. তিৰস্কাৰ – পুৰস্কাৰ
  2. দুর্লভ – সুলভ
  3. নগদ – বাকী
  4. গৰিষ্ঠ – লঘিষ্ঠ
  5. গুৰু – শিষ্য
  6. খোলা – বন্ধ
  7. ঘাত – প্ৰতিঘাত
  8. ঘৰচীয়া – বনৰীয়া
  9. তপত – চেঁচা
  10. নিৰ্মল – মলিন

নিম্নলিখিত বাক্যসমুহক এটা শব্দত প্রকাশ কৰক :-

  1. এবাৰ ফল দি মৰা গছ – ওষধি
  2. যি কথাৰ অৰ্থ নাই – নিৰৰ্থক
  3. গৰমো নোহোৱা চেঁচাও নোহোৱা – কুহুমীয়া
  4. অ’ত ত’ত ঘুৰি ফুৰা লোক – অঘৰী
  5. যাক কল্পনা কৰিব নোৱাৰি – কল্পনাতীত
  6. এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান হোৱা লৈকে সময় – আনজ
  7. যাক লংঘন কৰিব নোৱাৰি – অলংঘ্য
  8. দুটা মাহৰ মাজৰ দিন – দোমাহী বা সংক্ৰান্তি
  9. একে মাকৰ সন্তান – সহোদৰ, সোদৰ
  10. জিভাৰে চেলেকি চাব পৰা বস্তু – লেহ্য

জতুৱা ঠাঁচ:-

  1. কাণ কটা — নিলাজ, দুষ্ট
  2. হাতৰ মুঠিত ৰখা — নিজৰ অধীনত ৰখা
  3. হিয়াৰ আমঠু — প্ৰিয়তম লোক
  4. অমাতৰ মাত — শুনিবলৈ শুৱলা নাত
  5. আকাশত চাং পতা — অস্বাভাৱিক কল্পনা কৰা
  6. হাড়ত বন গজা — বহুদিনৰ আগতে মৰা
  7. হাত মুকলি — খৰছী, অবাবত খৰচ কৰা
  8. দাঁত লগা — লোকৰ চকু পৰাত অমংগল হোৱা
  9. হাত এৰা — দায়িত্ব এৰা
  10. কাণে কাণ মাৰি — কোনো মতে

 

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here